Advertisement

Artificially-developed meat to hit markets soon

Artificially-developed meat to hit markets soon মুৰ্গীৰ মাংস খাই ভালপোৱাসকলৰ বাবে সুখবৰ। শীঘ্ৰে বজাৰলৈ আহি আছে কৃত্ৰিম মুৰ্গীৰ মাংস। IIT গুৱাহাটীৰ গৱেষকে উদ্ভাৱন কৰিছে কৃত্ৰিম মাংস। কোনো ধৰণৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ নকৰাকৈ লেবৰেটৰীত উদ্ভাৱন কৰা হৈছে কৃত্ৰিম মাংস। এই কৃত্ৰিম মুৰ্গীৰ মাংস হ’ব সুস্বাদু আৰু স্বাস্থ্যসন্মত।

#NewsLive #AssamNews

Like the official facebook page of News Live:

Follow News Live on twitter:

Connect to our instagram account:

Visit our website for all news updates:

#NewsLive,#NewsLiveAssam,#AssamNews,#NewsLiveBreaking,#GuwahatiNews,#NeNews,#NewsLiveChannel,Artificial Meat,IIT Guwahati,Lab-Grown Meat,Assam News,Assam,Guwahati News,News Live,

Post a Comment

0 Comments