Advertisement

News Live Impact | Road leading to Azan Pir Dargah to be repaired: Himanta Biswa Sarma

News Live Impact | Road leading to Azan Pir Dargah to be repaired: Himanta Biswa Sarma নিউজ লাইভৰ বাতৰিৰ প্ৰভাৱ। আজানপীৰ দৰগাহলৈ যোৱা জৰাজীৰ্ণ পথ মেৰামতি কৰাৰ প্ৰতিশ্ৰুতি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। বৰ্তমান নিৰ্বাচনী বিধি অব্যাহত থকাৰ বাবে ২৩ মে’ৰ পিছত পথচোৱা মেৰামতিৰ কাম আৰম্ভ হ’ব বুলি ঘোষণা মন্ত্ৰীগৰাকীৰ। চৰকাৰৰ অৱহেলা আৰু দৰগাহ কমিটীৰ আভ্যন্তৰীণ কন্দলৰ বাবে ধ্বংসৰ গৰাহলৈ গতি কৰিছে সাতামপুৰুষীয়া সম্প্ৰীতিৰ নিদৰ্শন আজানপীৰ দৰগাহ।

Like the official facebook page of News Live:

Follow News Live on twitter:

Connect to our instagram account:

Visit our website for all news updates:

News Live,News Live Assam,Assam News,News Live Breaking,Breaking News,Azan Pir Dargah,Sivasagar,News Live Impact,Himanta Biswa Sarma,Assam,

Post a Comment

0 Comments